Skip to main content

Assamese Department

এই অনুষ্ঠানত বিভাগৰ প্ৰাক্তন বিভাগীয় প্ৰধান মাননীয় ড০ জ্ঞানশ্ৰ গোস্বামী বাইদেউৱে বিভাগৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰী শ্ৰী ভিংকুমণি দাসক ৫০০০ টকাৰে এককালীন বৃত্তি প্ৰদান কৰে।